1.

বাক্য সাজা।ক) সন্তোষ :খ) শলাগ :গ) পুৰস্কাৰ :ঘ)কোঢ়াল : ঙ) উপদ্ৰৱ :​

Answer»

EXPLANATION:

ক) সন্তোষ: তেখেত সুন্দৰ ভাৱে ঘূৰি অহাত সকলোৱে সন্তোষ প্ৰকাশ কৰিছে ।

খ) শলাগ: লোকৰ কামত নিজে শলাগ প্ৰকাশ কৰিব নালাগে।

গ) পুৰস্কাৰ: তাই পৰীক্ষাত ভাল ফলাফল পোৱাৰ বাবে এটি পুৰস্কাৰ পাইছে।

ঘ)কোঢ়াল:শ্ৰেণীত অধিক কোঢ়াল সৃষ্টি কৰিব নালাগে।



Discussion

No Comment Found