Saved Bookmarks
| 1. |
বৰ্ণাশ্ৰম ধৰ্ম কি ? |
|
Answer» বৈদিক যুগত কৰ্মৰ ওপৰত ভিত্তি কৰি সমাজ খনক চাৰিটা ভাগত বিভক্ত কৰা হৈছে - ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শুদ্ৰ। ইয়াকে বৰ্ণশ্ৰম ধৰ্ম বোলে। Explanation: |
|