Saved Bookmarks
| 1. |
(ঘ) আমাক ব্যাকৰণ কিয় লাগে ? |
|
Answer» কোনো এটা ভাষাৰ মূল ভেটি হ’ল ব্যাকৰণ। অসমীয়া ভাষা সঠিকভাৱে লিপিবন্ধন আৰু প্ৰকাশ কৰিবৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা সমষ্টিকেই অসমীয়া ব্যাকৰণ বোলা হয়। প্ৰখ্যাত লেখক সত্যনাথ বৰাৰ মতে, “যি পুথি পঢ়িলে অসমীয়া ভাষাত কথা ক’বলৈ আৰু অসমীয়া লিপি লিখিবলৈ শিকিব পাৰি, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে”। Explanation: #QUEEN |
|