1.

মাতৃ অাৰু শিশুৰ স্বাস্থ্য সম্পৰ্কত slowgaan​

Answer»

EXPLANATION:

Search WITHIN Portal

স্বাস্থ্য

শিশুৰ স্বাস্থ্য

মাতৃ আৰু শিশুৰ সুৰক্ষাঃ

State:

open

মাতৃ আৰু শিশুৰ সুৰক্ষাঃ

- গৰ্ভাৱস্থাত নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱা অতি আৱশ্যক।

- শিশুৰ লগত খোৱা-বোৱা, খেলা-ধূলা আৰু কথা-বতৰা পাতিলে তেওঁলোকৰ গঠন আৰু বিকাশত সহায়ক হয়।

- অসুখৰ সময়তো স্তনপান কৰাই থাকক।

- পৰিয়ালটোৰ বাবে সদায় যথোপযুক্তভাৱে আয়’ডিন থকা নিমখ ব্যৱহাৰ কৰক।

- অসুখৰ পাছত শিশুটোক অতিৰিক্ত খাদ্য লাগে।

- যদি শিশুটিৰ বিকাশ মন্থৰ হয়, তাৰ খোৱা, খেলা-ধূলা বঢ়াই যাব লাগে। যদি তাৰ পাছতো বিকাশ মন্থৰ হয়, শিশুটিক চিকিৎসকৰ ওচৰলৈ নিব লাগে।

০-৬ মাহ

০-৩ মাহ

৩-৬ মাহ

আহাৰ

আপুনি কি কৰিব পাৰে

শিশুৱে কি কৰিব পাৰে

আপুনি কি কৰিব পাৰে

শিশুৱে কি কৰিব পাৰে

জন্মৰ লগে লগে (আধাঘণ্টাৰ ভিতৰত) সন্তানক স্তনপান কৰাওক।

শিশুটেৰ চকুলৈ চাই হাঁহক আৰু কথা পাতক।

তিনিমহীয়া প্ৰায় শিশুৱেই হাঁহিৰে সঁহাৰি জনাব পাৰে।

ৰঙীণ ডাঙৰ বস্তু এটা লওক যাতে শিশুটোৱে দেখে আৰু চুবলৈ চেষ্টা কৰে।

ছমহীয়া প্ৰায় সকলো শিশুৱেই- দাঙি ধৰা অৱস্থাত মূৰটো স্থিৰ কৰি ৰাখিব পাৰে।

ছমাহলৈ কেৱল মাত্ৰ মাকৰ গাখীৰ খুৱাওক- মাকৰ গাখীৰৰ বাহিৰে অন্য একো খাদ্য, পানীয় বা পানীও নিদিব।

শিশুটিক দেখা, শুনা, অনুভৱ কৰা আৰু ইফাল-সিফাল কৰাত সহায় কৰক।

শিশুটোৱে ৰঙীণ বস্তু অনুসৰণ কৰিব পাৰে।

শিশুটোৰ লগত কথা পাতি সঁহাৰি দিয়ক। শব্দ বা ইংগিতেৰে বাৰ্তালাপ কৰি থাকিব।

শব্দ শুনিলে ঘূৰি চাব পাৰে।

শিশুটোৱে যিমানবাৰেই বিচাৰে সিমানবাৰ স্তনপান কৰাব।

শব্দ কৰিবলৈ আৰম্ভ কৰে।

সন্মুখৰ বস্তু ধৰিবলৈ হাত মেলে।

দিনত তথা ৰাতিও স্তনপান কৰাব।



Discussion

No Comment Found