1.

(v) জীৱবিলাক কিহেৰে গঠিত?​

Answer»

গঠন ফালৰ পৰা এইবিলাক দেখিবলৈ ইটোৰ লগত সিটো একেই। এইবিলাক একেলগ হৈয়ে ডাঙৰ আকাৰৰ পিয়াঁজৰ কন্দ গঠন কৰে। অণুবীক্ষণ যন্ত্ৰত আকৃতিৰ ফালৰ পৰা বেলেগ বেলেগ পিয়াঁজৰ কন্দৰ সৰু সৰু গঠনবিলাক দেওখাত একেই। পিয়াঁজৰ আকাৰ ডাঙৰেই হওক বা সৰুৱেই হওক সিহঁতৰ পাতল আৱৰণখনৰ কোষ বিলাক দেখিবলৈ একেই হ'ব।Explanation:If the ANSWER is RIGHT PLS MARK me BRAINLIEST..



Discussion

No Comment Found