1.

7)স্থানাংক জ্যামিতি1.2.আনুশীলনী 3.1তােমাৰ পঢ়া মেজৰ ওপৰত থকা চাকিটোৰ অৱস্থান আন এজনক কেনেকৈ বর্ণনা কৰিবা ?(পথৰ নক্সা) ঃ এখন মহানগৰৰ দুটা প্রধান পথ আছে যি দুটা মহানগৰখনৰ কেন্দ্রস্থলতএটাৰ ওপৰেৰে আনটো পাৰ হৈ গৈছে। ৰাস্তা দুটাৰ এটা উত্তৰ-দক্ষিণ দিশত আৰু আনটোপূর্ব-পশ্চিম দিশত আছে। মহানগৰখনৰ আন পথবােৰ এই ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে।আৰু এটাৰপৰা আনটোৰ দূৰত্ব 200 মিটাৰ। প্ৰতিটো দিশত 5 টাকৈ পথ আছে। এতিয়া1 চে.মি.=200 মিটাৰ বুলি ধৰি তােমাৰ বহীত মহানগৰখনৰ এটা মডেল (চানেকি)অংকন কৰা। প্রধান পথ আৰু আন পথবােৰ একোডাল সৰলৰেখাৰে দেখুৱাবা।তােমাৰ মডেলটোত চাৰিআলি বহুতাে থাকিব। এটা নির্দিষ্ট চাৰিআলি— এটা উত্তৰ-দক্ষিণদিশে আৰু আনটো পূর্ব-পশ্চিম দিশে যােৱা দুটা পথে সৃষ্টি কৰিছে। প্ৰতিটো চাৰিআলি তলতদিয়া ধৰণেৰে বুজোৱা হ'ব ? যদি উত্তৰ-দক্ষিণমুৱাকৈ থকা 2 নং পথটো আৰু পূর্ব-পশ্চিমমুৱাকৈথকা 5 নং পথটো কোনাে ঠাইত পৰস্পৰক ছেদ কৰে তেনেহ'লে এই চাৰিআলিটোক (2,5) ৰেবুজোৱা হ'ব। এই প্রথা অনুসৰণ কৰি তলত দিয়াকেইটা উলিওৱা ?(i) কিমানটা চাৰিআলি (4.3) বুলি বুজোৱা হ'ব?(ii) কিমানটা চাৰিআলি (3,4) বুলি বুজোৱা হ’ব ?​

Answer»

Step-by-step EXPLANATION:

PLEASE as this QUESTION in ENGLISH



Discussion

No Comment Found

Related InterviewSolutions