Saved Bookmarks
| 1. |
বাক্য ৰচনা কৰা১) আওকাণ কৰ |
|
Answer» ONG>EXPLANATION: অথাই সাগৰ – (অৰ্থ : ডাঙৰ বিপদ) – দেউতাকৰ মৃত্যু হোৱাত ঘৰখন অথাই সাগৰত পৰিল ৷ ২. অপাৰ সমুদ্ৰ – (অৰ্থ : মহা বিপদ) – ভগৱানে মোক এই অপাৰ সমুদ্ৰত পেলালে ৷ ৩. আথে-বেথে – (অৰ্থ : অতি আদৰ কৰি) – তেওঁ ল’ৰাটোক আথে-বেথে তুলি লৈছিল ৷ |
|