Saved Bookmarks
| 1. |
গড়গাঁও কবিতাৰ কবি কোন |
|
Answer» বিনন্দ চন্দ্ৰ বৰুৱাExplanation:বিনন্দ চন্দ্ৰ বৰুৱা (১৯০১ - ১৯৯৪) এগৰাকী অসমীয়া ভাষাৰ কবি। এখেত 'ধ্বনি-কবি' হিচাপেও পৰিচিত। ১৯৬৬ চনত বহা অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিবেশনৰ সভাপতি আছিল। 'শংখধ্বনি', 'প্ৰতিধ্বনি', আদি এখেতৰ উল্লেখযোগ্য গ্ৰন্থ।Assomor PORA NEKI... FOLLOW KORA moiu assomor pora.. |
|